'চিঠি: ডাকঘৰৰ পৰা সামাজিক মাধ্যমলৈ..' গ্ৰন্থৰ বিষয়ে

চিঠি ডাকঘৰৰ পৰা সামাজিক মাধ্যমলৈ.. 

২৩ ডিচেম্বৰ, ২০১৮ / দেওবাৰে দিনৰ ১ বজাৰ পৰা "গুৱাহাটী প্ৰেছ ক্লাৱ"ত আয়োজিত 'আখৰুৱা' আৰু 'চিঠি' গোটৰ সন্মিলিত সভাত ''চিঠি: ডাকঘৰৰ পৰা সামাজিক মাধ্যমলৈ..'' গ্ৰন্থৰ উন্মোচন কৰা হয়।

উক্ত গ্ৰন্থখন সম্প্ৰতি amazon-ত উপলব্ধ। আগ্ৰহী পাঠকে কিতাপখন সংগ্ৰহ কৰিব বিচাৰিলে তলৰ সংযোগটো খুলি কিনিব পাৰিব।

প্ৰতিখন কিতাপৰ মূল্য ১১০.০০ টকা

ডাক‍-খৰছ ৭০.০০ টকা।

একেলগে ২০ খনতকৈ অধিক কিতাপ কিনিলে প্ৰতিখন কিতাপৰ মূল্য ৮০.০০ টকাকৈ পাব। লগতে কিনোতাই ডাক‍-খৰছ সুকীয়াকৈ বহন কৰিব লাগিব।

সংযোগ:

https://www.amazon.in/gp/product/B08PZF5F8Q/ref=cx_skuctr_share?smid=A3SH0G9VTKZ3Z1


Comments

Popular posts from this blog

আমেৰিকানৰ আচৰণ:

ঠেটুৱৈ জাৰ