মোৰ কবিতা

কিবা এটা ক’বলৈ বৰ হেঁপাহ
শব্দৰ ভঁৰালত
নাইযে তেনে শব্দ|

যাৰ মাজেৰে প্ৰকাশিত হ’ব
কবিৰ নিৰ্মল কামনা
মৌন প্ৰাৰ্থনা,
আৰু এজাক বতাহক
আকোৱালি লোৱাৰ
অনিৰ্বচনীয় এটি কবিতা|

১২/১২/২০১১

Comments

Popular posts from this blog

'চিঠি: ডাকঘৰৰ পৰা সামাজিক মাধ্যমলৈ..' গ্ৰন্থৰ বিষয়ে

আমেৰিকানৰ আচৰণ:

ঠেটুৱৈ জাৰ